
অসমৰ কাক কি বোলা হয়
কলাগুৰু | বিষ্ণুপ্ৰসাদ ৰাভা |
ৰূপকোঁৱৰ | জ্যোতিপ্ৰসাদ আগৰৱালা |
লোকপ্ৰিয় | গোপীনাথ বৰদলৈ |
কৰ্মবীৰ | নবীনচন্দ্ৰ বৰদলৈ |
দেশভক্ত | তৰুণৰাম ফুকন |
ভাঙনি কোঁৱৰ’ | আনন্দ চন্দ্ৰ আগৰৱালা |
বিহগী কবি | ৰঘুনাথ চৌধৰী |
নটসূৰ্য্য’ | ফণী শৰ্মা |
অগ্নিকবি | কমলাকান্ত ভট্টাচার্য |
অসম কেশৰী | অম্বিকাগিৰী ৰায় চৌধুৰী |
বীৰবালা | কনকলতা |
বকুল বনৰ কবি | আনন্দ চন্দ্র বৰুৱা |
বনফুলৰ কবি | যতীন্দ্রনাথ দুৱৰা |
লৌহ মানৱ | বিষ্ণুৰাম মেধি |
বিপ্লৱী কবি | প্রসন্নলাল চৌধুৰী |
বাগ্মীবৰ | নীলমনি ফুকন |
পাপৰিৰ কবি | গণেশ গগৈ |
প্রতিমাৰ খনিকৰ | চন্দ্রকুমাৰ আগৰৱালা |
লোকনায়ক | অমিয় কুমাৰ দাস |
সাহিত্যাচার্য | অতুলচন্দ্র হাজৰিকা |
লোকবন্ধু | ডাঃ ভূৱনেশ্বৰ বৰুৱা |
শেৱালী কবি | ৰত্নকান্ত বৰকাকতী |
নিজৰাৰ কবি | শৈলধৰ ৰাজখোৱা |
দেশপ্রাণ | লক্ষীধৰ শর্মা |
এখুদ ককাইদেউ | নৱকান্ত বৰুৱা |
সাহিত্যৰথী, ৰসৰাজ | লক্ষ্মীনাথ বেজবৰুৱা |
সুগন্ধি পখিলাৰ কবি, প্ৰেম আৰু ৰ’দালিৰ কবি | হীৰেন ভট্টাচাৰ্য |
ক্ৰমশঃ