ৰাজ্যিক গীত – অʼ মোৰ আপোনাৰ দেশ
ৰাজ্যিক শ্লোগান – জয় আই অসম
ৰাজ্যিক মোহৰ – অসম চৰকাৰ
ৰাজ্যিক ভাষা – অসমীয়া
ৰাজ্যিক ভাষিক সমাজ – অসম সাহিত্য সভা
ৰাজ্যিক উৎসৱ- বিহু
ৰাজ্যিক নৃত্য – বিহু নৃত্য
ৰাজ্যিক ফুল – কপৌ ফুল
ৰাজ্যিক গছ – হোলং
ৰাজ্যিক জন্তু – এশিঙীয়া গঁড়
ৰাজ্যিক চৰাই – দেও হাঁহ