
বিভিন্ন ক্ষেত্ৰত প্ৰথম অসমীয়া
প্রথম অসমীয়া ঔপন্যাসিক | পদ্মনাথ গোহাঞি বৰুৱাৰ |
অসমীয়া ভাষাৰ প্রথম গদ্য ৰচক | ভট্টদেৱ |
অসমীয় ভাষাৰ প্রথম চুটি গল্পৰ লেখক | লক্ষ্মীনাথ বেজবৰুৱা |
প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা | জ্যোতিপ্ৰসাদ আগৰৱালা |
জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমজন অসমীয়া | ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য |
সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমজন অসমীয়া | যতীন্দ্ৰ নাথ দুৱৰা |
প্ৰথম অসমীয়া স্নাতক আৰু আই. চি. এছ. (I.C.S.) বিষয়া | আনন্দৰাম বৰুৱা |
দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমজন অসমীয়া | ড০ ভূপেন হাজৰিকা |
অসমীয়া বোলছবি জগতৰ প্ৰথম অভিনেত্ৰী | আইদেউ সন্দিকৈ |
বিলাতত শিক্ষা লাভ প্ৰথমজন অসমীয়াৰ নাম | আনন্দৰাম ঢেকিয়ালফুকন |
স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া | ৰাধানাথ ফুকন |
সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলা | নলিনীবালা দেৱী |
প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচয়িতা | যতীন্দ্ৰনাথ দুৱৰা |
জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া লেখিকা | মামণি ৰয়ছম গোস্বামী |
সৰস্বতী সন্মান লাভ কৰা প্ৰথম অসমীয়া | লক্ষ্মীনন্দন বৰা |
ক্ৰমশঃ