ব্যক্তিগত চিঠি
মা-দেউতা, আত্মীয়-স্বজন, ভাই-ভনী, বন্ধু-বান্ধৱীলৈ লিখা চিঠি-পত্রবোৰক কোৱা হয় ব্যক্তিগত চিঠি- পত্র।
ক’ব লগা কথাখিনি বা প্ৰকাশ কৰিব লগীয়া ভাবখিনি কম কথাতে সুন্দৰকৈ সজাই পৰাই পত্রৰ আকাৰ দিব পৰাটো এক বিশেষ কলা। আন আন চিঠি-পত্রৰ দৰে ব্যক্তিগত চিঠি-পত্রৰো নিজস্ব আকাৰ বা লিখাৰ নিজস্ব ধৰণ আৰু অংগসজ্জাৰ নিৰ্দিষ্ট নিয়ম আছে।
ব্যক্তিগত চিঠি-পত্র লিখোতে তলৰ নিয়ম বোৰ মানি চলা হয়।
ব্যক্তিগত চিঠি- পত্রৰ আৰ্হি বা নমুনাঃ
১.পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কে জনাই দেউতাকলৈ লিখা চিঠি
২. জন্মদিনলৈ নিমন্ত্ৰণ জনাই বন্ধুলৈ লিখা চিঠি