[This is a translated version of the main CBSE syllabus of Assamese subject. The original syllabus is available at www.cbseacademic.com]
COURSE STRUCTUR
UNITS | TOPICS | TOTAL MARKS |
UNIT-1 READING | বোধ পৰীক্ষণ | 15 |
UNIT-2 WRITING | লিখন কলা | 25 |
UNIT-3 GRAMMAR | ব্যাকৰণ | 20 |
UNIT-4 TEXTBOOK | গদ্যাংশ | 10 |
UNIT-5 TEXTBOOK | পদ্যাংশ | 10 |
80 |
SYLLABUS FOR ASSAMESE (CODE014) EXAMINATION STRUCTURE FOR CLASS X 2023-24
SECTION | TOPICS/CHAPTERS | TYPES OF QUESTION | N0. OF QUESTIONS | WEIGHTAGE | TOTAL MARK |
SECTION-A | 1.বোধ পৰীক্ষণ (Comprehension) | 15 | |||
READING | সৰ্বনিম্ন ৫০০ শব্দৰ অপঠিত গদ্যাংশ এটা দিয়া হ’ব । গদ্যাংশটোৰ ওপৰত ভিত্তি কৰি ১ নম্বৰৰ ৬টা সাধাৰণ প্ৰশ্ন, ২ নম্বৰৰ ৩টা প্ৰশ্ন আৰু গদ্যাংশটোৰ পৰা ১ নম্বৰৰ ৩টা ব্যাকৰণৰ প্ৰশ্ন থাকিব। | VSA | 6 | 1 X 6=6 | |
SA | 3 | 2 X 3=6 | |||
VSA | 3 | 1 X 3=3 | |||
SECTION-B | 2.লিখন কলা | 25 | |||
WRITING | ৰচনা (আদৰ্শমূলক)/গল্প লিখন | LA | 1 | 5X1=5 | |
প্ৰতিবেদন প্ৰস্তুত কৰণ (বিদ্যালয়ত অনুষ্ঠিত হোৱা কোনো বিশেষ কাৰ্যক্ৰমৰ ওপৰত, যেনে-বাৰ্ষিক অধিবেশন, খেল-ধেমালি, আন কোনো প্ৰতিযোগিতা আদি) | LA | 1 | 5X1=5 | ||
ফকৰা যোজনা( ক্ৰমিক নম্বৰ ১১ৰ পৰা ২০লৈ) | LA | 1 | 5X1=5 | ||
ব্যক্তিগত চিঠি/কাৰ্যালয় সম্বন্ধীয় চিঠি পত্ৰ | LA | 1 | 5X1=5 | ||
জতুৱা খণ্ডবাক্যৰে বাক্য ৰচনা(,গা, ঘৰ,চকু,মুখ/ ৬,৭,৮,৯ ) | VSA | 5 | 1X 5=4 | ||
SECTION-C | 3.ব্যাকৰণ | 20 | |||
GRAMMAR | বিসৰ্গ সন্ধি আৰু অসমীয়া সন্ধি | VSA | 4 | 1X 4=4 | |
অনুসৰ্গ | VSA | 2 | 1X 2=2 | ||
উপসৰ্গ | VSA | 2 | 1X 2=2 | ||
বাক্য পৰিবর্তন ( সৰল বাক্য,যৌগিক বাক্য আৰু জটিল বাক্য ) | VSA | 4 | 1X 4=4 | ||
সমাৰ্থক শব্দ | VSA | 4 | 1X 2=2 | ||
বিপৰীতাৰ্থক শব্দ | VSA | 2 | 1X 2=2 | ||
ধাতু | VSA | 2 | 1X 2=2 | ||
কাল | VSA | 2 | 1X 2=2 | ||
SECTION-D | 4.গদ্যাংশ | 10 | |||
TEXTBOOK | i) অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি- আব্দুছ ছাত্তৰ ii) অৰণ্যযাত্ৰা -অনুৰাধা শৰ্মা পূজাৰী iii) উদ্য়োগী হওঁ আহাঁ – দেৱজিৎ ভূঞা | LA SA VSA | 1 1 4 | 4X 1=4 2X1=2 1 X 4=4 | |
5. পদ্যাংশ | 10 | ||||
i) বৰগীত- শ্ৰী শ্ৰীমাধৱদেৱ ii)জিকিৰ- আজান ফকিৰ iii)প্ৰশস্তি –ৰঘুনাথ চৌধাৰী | LA SA VSA | 1 1 4 | 4X 1=4 2X1=2 1 X 4=4 | ||
TOTAL – 80 |
Internal Assessment- (20 MARKS) |
1) Periodic Test- 10 marks 2) Subject Enrichment Activity- 5 marks 3) Notebook keeping- 5 marks |
VERY SHORT ANSWER(VSA), SHORT ANSWER (SA), LONG ANSWER (LA) |
Internal Assessment– 1. Periodic Test – 10 marks 2. Subject Enrichment Activity – 5 marks 3. Notebook Keeping – 5 marks Prescribed Textbooks– 1. অসমীয়া সাহিত্য চয়নিকা,দ্বিতীয় ভাগ ( Asamiya Sahitya Chayanika), Published by Assam State Textbook Production and Publication Corporation Ltd., Guwahati -781001. 2. ৰচনা বিচিত্ৰা (ব্যাকৰণৰ সৈতে) { Rachana Bichitra by Dharma Singha Deka: Published by Assam Book Depot Panbazar, Guwahati- 781001. |
প্ৰশ্ন অনুসৰি বিভাজন(QUESTION-WISE BREAK-UP)
Type of Question | Mark per Question | Total No. of Questions | Total Marks |
Objective Type | 1 | 42 | 42 |
SA | 2 | 5 | 10 |
LA-I | 4 | 2 | 8 |
LA-II | 5 | 4 | 20 |
TOTAL | 53 | 80 |
আভ্যন্তৰীণ বিকল্পসমূহ:
- section A: Reading (পঢ়ন) : ইয়াত কোনো বিকল্প নাথাকিব। সকলো প্ৰশ্ন পোনপটীয়া হব ।
- Section B: Writing (লিখন): লিখন কলা অংশত থকা ৰচনা, প্ৰতিবেদন লিখা, ফাকৰা যোজনা আৰু বাক্য গঠন আদিৰ ক্ষেত্ৰত আভ্যন্তৰীণ বিকল্প থাকিব।
- Section C: Grammar (ব্যাকৰণ) : ব্যাকৰণ যিহেতু এক বিশাল পাঠ্যক্ৰম, আভ্যন্তৰীণ বিকল্প দিব লাগিব।
- Section D: TEXTBOOK (পাঠ্যপুথি): পাঠ্যপুথি অংশত, নিৰ্ধাৰিত পাঠ্যপুথিৰ পৰা গদ্য আৰু কবিতা বাছনি কৰা হৈছে। দুয়োটা অংশৰ বাবে পৃথকে 10 নম্বৰকৈ নিৰ্ধাৰণ কৰা হৈছে। শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে সকলোবোৰ পাঠৰ পৰা বিকল্প প্ৰশ্ন দিব।