উপাধি/কি বুলি জনা যায়
ব্যক্তিৰ নাম
- অসম কেশৰী
- অসম গৌৰৱ
- অপ্রমাদী কবি
- অগ্নিকবি
- অতিন্দ্রীয়বাদী কবি
- অভিনয়াচার্য
- অসম গৌৰৱ
- উপন্যাস সম্রাট
- ককা
- কবিৰত্ন
- কবিতা কোঁৱৰ
- কলাগুৰু
- কথা শিল্পী
- কর্মবীৰ
- কলংপৰীয়া কবি
- কাব্যভানু
- খৰিকাজাঁইৰ কবি
- গল্প-সম্রাট
- গীতিকবি
- জগতগুৰু
- জ্ঞান-মালিনীৰ কবি
- তপোবনৰ কবি
- ত্যাগৰীৰ
- দানবীৰ
- দেশপ্রাণ
- দেশভক্ত
- ধ্বনি কবি
- নটসূর্য
- নিজৰাৰ কবি
- নাট্য প্রভাকৰ
- নৃত্যাচাৰ্য
- পথাৰৰ কবি
- পাপৰিৰ কবি
- প্রতিমাৰ খনিকৰ
- প্রাচ্যৰ পণ্ডিত
- প্রেমৰ কবি
- প্রেম আৰু ৰ’দালিৰ কবি
- ফুলনিৰ কবি
- বন ফুলৰ কবি
- বন কোঁৱৰ
- বঢ়াৰ পো
- বকুল বনৰ কবি
- বিদ্রোহী কবি
- বাগ্মীবৰ
- বিহগী কবি
- বীৰৱালা
- ভট্টদেৱ
- ভাগৱত ভট্টাচাৰ্য
- ভাঙনি কোঁৱৰ
- মৰমী কবি
- ৰসাল কবি
- লুইত কোঁৱৰ
- লোকনায়ক
- লোকপ্রাণ
- লৌহ মানৱ
- শেৱালি কবি
- শোণিত কোঁৱৰ
- সদস্য মহীয়ান
- সদস্য মহীয়ান
- সৰস্বতী
- সংগীতাচার্য
- সংগীত সূর্য,সুধাকণ্ঠ
- সাহিত্য ৰত্ন
- সিংহ পুৰুষ
- সুগন্ধি পখিলাৰ কবি
- সেউজ কোঁৱৰ
- অম্বিকাগিৰি ৰায়চৌধুৰী
- হেম বৰুৱা
- মাধৱ কন্দলী
- কমলাকান্ত ভট্টাচার্য
- নলিনীবালা দেৱী
- ব্রজনাথ শর্মা
- হেম বৰুৱা
- ৰজনীকান্ত বৰদলৈ
- নীলমণি ফুকন
- বৈকুণ্ঠনাথ ভট্টাচার্য
- অন্বেশ্বৰ চেতিয়া ফুকন
- বিষ্ণুপ্ৰসাদ ৰাভা
- চৈয়দ আব্দুল মালিক
- নবীন চন্দ্র বৰদলৈ
- দেৱকান্ত বৰুৱা
- হেম বৰুৱা
- ভবানন্দ ৰাজখোৱা
- চৈয়দ আব্দুল মালিক
- পার্বতি প্রসাদ বৰুৱা
- শ্ৰীমন্ত শংকৰদেৱ
- মফিজুদ্দিন আহমদ হাজৰিকা
- অতুল চন্দ্র হাজৰিকা
- হেমচন্দ্র বৰুৱা
- ৰাধানাথ সন্দিকৈ
- লক্ষ্মীধৰ শর্মা
- তৰুণৰাম ফুকন
- বিনন্দ চন্দ্র বৰুৱা
- ফণী শর্মা
- শৈলধৰ ৰাজখোৱা
- সত্যপ্রসাদ বৰুৱা
- যতীন গোস্বামী
- ৰাম গগৈ
- গণেশ চন্দ্র গগৈ
- চন্দ্ৰকুমাৰ আগৰৱালা
- কৃষ্ণকান্ত সন্দিকৈ
- লক্ষ্মীনাথ ফুকন
- হীৰেন ভট্টাচার্য
- পদ্মধৰ চলিহা
- যতীন্দ্ৰ নাথ দুৱৰা
- আনন্দিৰাম দাস
- মাধৱ দেৱ
- আনন্দ চন্দ্র বৰুৱা
- প্রসন্নলাল চৌধুৰী
- নীলমণি ফুকন
- ৰঘুনাথ চৌধাৰী
- কনকলতা
- বৈকুণ্ঠনাথ ভট্টাচার্য
- বৈকুণ্ঠনাথ ভট্টাচার্য
- আনন্দ চন্দ্র আগৰৱালা
- দুর্গেশ্বৰ শৰ্মা
- দণ্ডিনাথ কলিতা
- ৰূদ্ৰ বৰুৱা
- অমিয় কুমাৰ দাস
- মতিৰাম বৰা
- বিষ্ণুৰাম মেধি
- ৰত্নকান্ত বৰকাকতি
- গজেন বৰুৱা
- মহেশ্বৰ নেওগ
- কৃষ্ণকান্ত সন্দিকৈ
- নিৰ্মলপ্রভা বৰদলৈ
- লক্ষ্মীৰাম বৰুৱা
- ভুপেন হাজৰিকা
- চন্দ্ৰধৰ বৰুৱা
- ৰাধাগোবিন্দ বৰুৱা
- হীৰেন ভট্টাচার্য
- পৰাগধৰ চলিহা