Mock Test on Nattwa Bidhi / Mock test / By jonali Mock Test on Nattwa Bidhi 1 / 10 1. বেণু শব্দত ণ স্বাভাৱিকতে হোৱা a. শুদ্ধ b. অশুদ্ধ 2 / 10 2. তলৰ কোনটো শব্দত ণ স্বাভাৱিকতে হৈছে a. অকণ b. ভ্ৰমণ c. গ্ৰহণ d. প্ৰণাম 3 / 10 3. তলৰ কোনটো শব্দ ণত্ব বিধিৰ নিয়মমতে সিদ্ধ a. ঘণ্টা b. কণ c. পাণি d. নিপুণ 4 / 10 4. কোনটো বর্গৰ বৰ্ণৰ লগত যুক্ত হ'লে দন্ত্য ন মূৰ্দ্ধন্য ণ হয় a. ক-বৰ্গ b. প- বৰ্গ c. ট-বৰ্গ d. ত-বৰ্গ 5 / 10 5. একেটা পদতে থকা কোনবোৰ বৰ্ণৰ পিছত থকা দন্ত্য ন, মূৰ্দ্ধন্য ণ হয়। a. ঋ, ৰ আৰু ষ b. ৰ,ৱ আৰু ষ c. ঋ, ৰ আৰু স d. য়, ৰ আৰু ষ 6 / 10 6. প্র, পূর্ব, অপৰ আদিৰ পিছত থকা কোনটো শব্দৰ দন্ত্য ন মূৰ্দ্ধন্য ণ হয়। a. অহ্ন b. নখ c. মান d. অয়ন 7 / 10 7. তলৰ কোনটো শব্দ আগত থাকিলে পাছৰ শব্দৰ অয়ন ন মূৰ্দ্ধন্য ণ হয় a. দক্ষিণ b. প্র c. অপৰ d. অক্ষ 8 / 10 8. তলৰ কোনটো শুদ্ধ a. অপৰাহ্ণ b. মনি c. শূর্পনখা d. চানক্য 9 / 10 9. তলৰ কোনটো শব্দ অশুদ্ধ a. বাণিজ্য b. তৃণ c. শূর্পনখা d. চাণক্য 10 / 10 10. তলৰ কোনটো শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য ণ হৈছে a. বাণিজ্য b. ৰামায়ণ c. কণ্টক d. ৰাৱণ Your score isThe average score is 60% 0% Restart quiz